Breaking News

শিশু যদি হয় আঁকোৰগোঁজ

January 28, 2021
শিশু যদি হয় আঁকোৰগোঁজঃ শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যৎ। দেশৰ ভৱিষ্যৎ শক্তিশালী কৰি তুলিবলৈ শিশুসকলৰ মূল ভেটি দৃঢ় কৰি কৰি তুলিব লাগিব। কিয়...

মনত ৰখাৰ কৌশল

January 27, 2021
মনত ৰখাৰ কৌশলঃ দূৰদৰ্শনৰ পৰ্দাত সঘনাই দেখা পোৱা বিজ্ঞাপনবোৰৰ ভিতৰত অন্যতম হ ’ ল ‘ব্ৰেনোলিয়া টনিক ’ দৈনিক ব্ৰেনোলিয়া খাওক আৰু স্মৃতিশক্ত...

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা শ্ৰী কৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা

January 27, 2021
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা শ্ৰী কৃ ষ্ণ ৰ চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনাঃ চৈতন্য স্বৰুপ নিত্য কৃ ষ্ণ ৰুপে দৈৱকীত হৈলা অৱতাৰ। শংখ চক...

ভাওনাঃ এক আলোকপাত

January 25, 2021
ভাওনা ঃ এক আলোকপাত অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা...

বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসঙ্গিকতা

January 24, 2021
বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসঙ্গিকতা ঃ মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শঙ্কৰদেৱৰ প্ৰতিভাত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল – তাৰ...

জোনবিল মেলা

January 22, 2021
জোনবিল মেলা: বৰ্তমান মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু জাগীৰোডৰ পৰা চাৰি কিল ’ মিটাৰ উত্তৰে এসময়ত গোভা ৰাজ্যৰ অৱস্থিতি আছিল৷ সেই প্ৰা...

অসমীয়া ভাষাটো সৰলীকৰণৰ আৰু হেমকোষৰ বিষয়ে দুআষাৰ

January 20, 2021
  অসমীয়া ভাষাটো সৰলীকৰণৰ আৰু হেমকোষৰ বিষয়ে দুআষাৰঃ আজিৰ সমাজত এচাম অসমীয়াই অসমীয়া ভাষাটো সৰলীকৰণৰ কথা চিন্তা কৰি অসমীয়া ভাষাটোৰ কিছু সাল-সল...

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ

January 16, 2021
চন্দ্ৰবিন্দুৰ ব্যৱহাৰঃ অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মনকৰিবলগীয়া বিষয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ড ॰ মহেশ্বৰ নেওগৰ &#...

ণত্ববিধি আৰু ষত্ববিধিৰ বিষয়ে চমু আভাষ

January 16, 2021
ণত্ববিধি আৰু ষত্ববিধিৰ বিষয়ে চমু আভাষঃ ণত্ববিধিঃ সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয...