Breaking News

সাহিত্যত বিশ্বায়ণৰ প্ৰভাৱ আৰু প্ৰয়োগ

সাহিত্যত বিশ্বায়ণৰ প্ৰভাৱ আৰু প্ৰয়োগ
ৰিদিপ সোনোৱাল

বিশ্বায়ণ বা গোলকীকৰণ হৈছে সমগ্ৰ পৃথিৱীত বিভিন্ন দেশত থকা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আদি মাজত ভেদাভেদ বা বিভিন্নতা দূৰ কৰি একগোট কৰা প্ৰক্ৰিয়াকে সাধাৰণতে বিশ্বায়ণ বুলি কব পাৰি প্ৰাচীন কালৰে বিভিন্ন দেশৰ মাজত ৰাজনৈতিক, সামাজিক, ৰপ্তানি, আমদানী, ব্যৱসায় বাণিজ্য আদি দ্বাৰা সৰ্ম্পক কৰি অহা হৈছে আজিকালি সহজলভ্য গুগোল ইটাৰনেট, যাতায়তৰ সূচল হোৱা বাবে এইবোৰ দেশৰ মাজত সঘন যোগাযোগ আদি ফলত গোটেই পৃথিৱীখন এখন গোলকীয় গাওঁলৈ ৰূপান্তিৰত হৈছে ফলস্বৰূপে সহজে এইখন দেশে আন দেশৰ খা খবৰ সকলো ধৰণৰ তথ্য পাবলৈ সক্ষম হৈছে

বিশ্বায়ণৰ ফলতে গোটতে পৃথিৱীতে ইণ্টাৰনেট, গুগুল, মবাইল আৰু কম্পিউটাৰ সহায়ত অতি সহজে সাহিত্য পূণ্য বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ইয়াৰ জৰিয়তে বিশ্ব সাহিত্যৰ কবি সাহিত্যকৰ প্ৰচাৰ, প্ৰসাৰ হোৱা লগতে বিশ্ব মানৱৰ সহানুভূতি বুজা বুজি হোৱাত সহায় কৰিছে বিশ্ব কবি সাহিত্যৰ মান মৰ্যদা বৃদ্ধি লগতে সাম্প্ৰতিক যুগৰ মানৱ সমাজে ইয়াৰ গুৰুত্ব দিবলৈ ধৰিছে এনেকৈ লাহে লাহে বিশ্বায়ণৰ সহায়ত সাহিত্য এখন দেশতে সীমাবদ্ধ নহৈ গোটেই পৃথিৱীলৈ বিয়পি পৰাত সহায় কৰিছে লগতে বিশ্ব সাহিত্যত পাঠকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হোৱা লগতে সমাজৰ বিকাশত অৰিহণা আগবঢ়াইছে এনেকৈ যদি বিশ্ব সাহিত্যত সকলো মনত স্থান পোৱাত সকলো দেশৰ সাহিত্যত এক অবিস্ময় চমক সৃষ্টি কৰি এক যুগান্তকাৰী ঘটনা হিচাপে বিশ্বায়ণৰ অৰিহণা মানিব লগীয়া পৰিবেশ এনেকৈ  যদি আগবাঢ়ি গৈ থাকে নিশ্চয় যুৱ প্ৰজন্ম আগুৱাই যোৱাত সহায় কৰিব

বিশ্বায়ণ বা গোলকীকৰণ ফলত সাহিত্যত প্ৰভাৱিত কৰি অহা পৰিলক্ষিত হৈছে এখন দেশৰ সাহিত্যৰ কবিতা, গল্প, প্ৰবন্ধৰ আদি বোৰ অন্য দেশৰ ভাষালৈ অনুবাদ কৰি সাহিত্যত বিশ্বজনীন হোৱা সহায় কৰিছে ইয়াৰ ফলতে বিশ্ব সাহিত্য সৃষ্টি কৰিছে বিশ্বায়ণ ফলত এখন দেশে সহজে অন্য দেশৰ সাহিত্য আদি অধ্যয়ন কৰিবলৈ সুবিধা হৈছে লগতে অন্য দেশৰ জ্ঞান লাভ কৰিব পাৰিছে ফলত সহজে ইখন দেশৰ মানুহৰ অভাৱ অনুভৱ, সাহিত্য প্ৰতিভা আদি অধ্যয়ণ কৰিবলৈ সক্ষম হৈছে বিশ্বসাহিত্যতৰ সাহিত্যক কবি গ্ৰেট, ডাণ্টে আদি বিখ্যাত লেখা  সমূহ পৃথিৱীৰ সকলো লোকে পঢ়ি সাৰ্বজনীন অনুভৱ কৰিব পাৰে বিভিন্ন দেশৰ মাজৰ ভাষা আদি বিভিনন্নতা থকাৰ সত্বেও মানুহৰ মনৰ অনুভৱ একে হব পাৰে, সেই কথা এই বিশ্বায়ণৰ বিশ্ব সাহিত্য অধ্যয়ণ কৰিলে পোৱা যায় ইয়াৰ উপৰিও সাহিত্যৰ ৰচনাৰ সামজ্ঞস্য মাজত পৃথিৱীৰ সকলো লোকক একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছে সাহিত্যৰ মাজেদি বিভিন্ন দেশৰ মাজত ভাষা - ভাষী, বিভিন্ন ধৰ্মৰ সাৰ্বজনীনতা লাভ কৰিছে

বিশ্বায়ণ সাহিত্যত পৃথিৱীৰ  বিভিন্ন দেশৰ মাজত বুজা পৰাৰ এক মুকলি পৰিবেশ সৃষ্টি কৰা এক পৰিবেশএই বিশ্বায়ণে সাহিত্যত সৃষ্টিত পৃথিৱীস সকলো লেখকক আগুৱাই নি বিশ্ব সাহিত্য সৃষ্টি কৰা ইয়াৰ যোগেদি এচাম বিশ্ব বিখ্যাত কবি , সাহিত্যৰ বহল প্ৰচাৰ কৰি সমাজত প্ৰচাৰ প্ৰসাৰ কৰা ইয়াৰ লেখকৰ কিতাপ - পত্ৰ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদে সহায় কৰিছে এনেকৈ বিশ্বায়ণৰ প্ৰয়োগত এচাম সফল কবি সাহিত্যৰ আগমনত বিশ্ব সাহিত্য যথেষ্ট পৰিমাণে জনপ্ৰিয় হোৱা দেখা গৈছে ইয়াৰ উপৰিও স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰমত বিশ্ব সাহিত্য স্থান দি বিশ্বায়ণৰ উদ্দেশ্য আৰু প্ৰসাৰ বৃদ্ধিত সহায় কৰিছে ইয়াতে ফলতে সমগ্ৰ পৃথিৱীতে বিশ্বায়ণৰ বিশ্ব সাহিত্যত সকলো হৃদয়ত স্থান লবলৈ সক্ষম হৈছে এনেকৈ সাহিত্যত বিশ্বায়ণৰ প্ৰয়োগৰ উত্তম ব্যৱহাৰ হৈছে বুলি কব পাৰি

বিশ্বায়ণ প্ৰক্ৰিয়াই সাহিত্যত সাস্প্ৰতিক দ্ৰুত সম্প্ৰসাৰণত সহায় কৰিছে সাহিত্যৰ সীমাহীন প্ৰসাৰে আজি বিশ্বৰ চুকে - কোণে শৈক্ষিক সমন্বয়ৰ সৃষ্টি কৰিছে যাৰ ফলত বিশ্ব সাহিত্য ধাৰণা গঢ় লৈ উঠিছে

No comments