Saturday, January 2, 2021

অসমীয়াৰ সন্মানসূচক উপাধি

অসমীয়াৰ সন্মানসূচক উপাধি:

অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকাঃ

(১) অগ্নিকবি : কমলাকান্ত ভট্টাচাৰ্য

(২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা

(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা

(৪) অসম গৌৰৱ : হেম বৰুৱা

(৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ

(৬) কৰ্মবীৰ : নবীনচন্দ্র বৰদলৈ

(৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী

(৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন

(৯) গীতিকবি : পাৰ্বতী প্রসাদ বৰুৱা

(১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা

(১২) দেশভক্ত  : তৰুণৰাম ফুকন

(১৩) দেশপ্রাণ  : লক্ষীধৰ শৰ্মা

(১৪) বীৰবালা : কনকলতা

(১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা

(১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা

(১৭) নটসূৰ্য : ফনী শৰ্মা

(১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ

(১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি

(২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী

(২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী

(২২) বাগ্মীবৰ/ ককা  : নীলমনি ফুকন

(২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা

(২৪) পাপৰিৰ কবি : গণেশ গগৈ

(২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা

(২৬) লোকনায়ক : অমিয় কুমাৰদাস

(২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা

(২৮) অসমৰ বেকন : সত্যনাথ বৰা

(২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী

(৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা

(৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা

(৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ

(৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা

(৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments:

Post a Comment

Popular