Wednesday, March 31, 2021

TET MCQ Test-2021-64 Sub: Maths

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam


TET MCQ Test-2021-64 Sub: Maths

TET MCQ Test-2021-63 Sub: Assamese

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam

TET MCQ Test-2021-63 Sub: Assamese

Tuesday, March 30, 2021

Environmental Studies: Chapter:2 Part: 2

Environmental Studies: Chapter:2
Assam TET-2021 Preparation

সৰ্বভাৰতীয় কিছুমান উৎসৱঃ (খণ্ডঃ ২) 

সৰ্বভাৰতীয় কিছুমান উৎসৱঃ
মহাশিৱৰাত্ৰিঃ
মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/ চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত (মাঘী পূৰ্ণিমাৰ পাছৰ কৃষ্ণা চতুৰ্থীৰ দিনা) ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়। গুৱাহাটীৰ উমানন্দ, শুক্ৰেশ্বৰ, বশিষ্ঠ আৰু আন বিভিন্ন স্থানত, তেজপুৰৰ মহাভৈৰৱ, শিঙৰি, বিশ্বনাথ, নাগশংকৰ, শিৱসাগৰৰ শিৱদ’ল, নুমলীগড়ৰ বাবা থান, নেঘেৰিটিং আদিত উলহ-মালহেৰে মহা শিৱৰাত্ৰি পালন কৰা হয়।

TET MCQ Test-2021-62 Sub: EVS

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam

TET MCQ Test-2021-62 Sub: EVS

Monday, March 29, 2021

Environmental Studies: Chapter:2

Environmental Studies: Chapter:2
Assam TET-2021 Preparation

অসম আৰু ভাৰতবৰ্ষত উদযাপন কৰা কিছুমান উৎসৱঃ

অসমত উদযাপন কৰা কিছুমান উৎসৱঃ (খণ্ডঃ ১) 

বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত।  অসমত পালন কৰা তিনি বিহু হ'লঃ ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

TET MCQ Test-2021-61 Sub: Maths

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam


TET MCQ Test-2021-61 Sub: Maths

Sunday, March 28, 2021

ফাঁকুৱাঃ Holi

ফাঁকুৱাঃ

ফাঁকুৱা  ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা ' মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণু উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।

TET MCQ Test-2021-60 Sub: EVS

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

 TET MCQ Test-2021-60 Sub: EVS

TET MCQ Test-2021-59 Sub: EVS

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

 TET MCQ Test-2021-59 Sub: EVS

Environmental Studies: Chapter:1

Assam TET-2021 Preparation
Environmental Studies: Chapter:1
পৰিবেশ অধ্যয়ন (খণ্ডঃ ১)

শিশুসকলৰ মানসিক আৰু দৈহিক বিকাশ সঠিক দিশত ঘটিবলৈ হ’লে এটি সুস্থ-সবল পৰিৱেশৰ প্ৰয়োজন। এই সুস্থ-সবল পৰিৱেশৰ বাবে জৈৱিক, অজৈৱিক, সামাজিক আৰু নৈতিক পৰিৱেশৰ প্ৰতি আমি সচেতন হব লাগিব। স্বচ্চ-প্ৰদুষণমুক্ত স্বাস্থ্যকৰ পৰিৱেশত শিশুৰ বিকাশ কাংক্ষিত ধৰণে ঘটিব পাৰে। সেয়েহে পৰিৱেশৰ বিষয়ে শৈশৱৰ পৰাই শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আছে।

TET MCQ Test-2021-58 Sub: Ped

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

 TET MCQ Test-2021-58 Sub: Ped

Saturday, March 27, 2021

TET MCQ Test-2021-57 Sub: Maths

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam

 
TET MCQ Test-2021-57 Sub: Maths

হোলিৰ শুভেচ্ছা

TET Qualified Forum, Assamৰ সমূহ বন্ধু-বান্ধৱীলৈ ৰঙৰ উৎসৱ হোলিৰ হিয়া ভৰা শুভেচ্ছা। ফকুৱাৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক জীৱন, কঢ়িয়াই আনক আশা আৰু সমৃদ্ধিৰ বতৰা।


 

 

Friday, March 26, 2021

Thursday, March 25, 2021

Wednesday, March 24, 2021

Monday, March 22, 2021

New SMS Format for Sending MDM Report

New SMS Format for Sending MDM Report:
মধ্যাহ্ন
ভোজনৰ SMS যোগেদি তথ্য পঠিওৱাৰ নতুন ফৰমেট

1. Daily SMS New Format: 

MDM <Space> Meal Taken Number<Space> No of Student Present

e.g. MDM 30 (If MDM taken by 30 Students)

2. Monthly SMS New Format:
(Headmaster should sent enrollment of students monthly once in the Format given below)

MDM<Space>M<Space>Enrollment of Students<Space>Y<Space>Y

e.g. MDM M 30 Y Y (If enrolment is 30)

SMS MDM Report to 15544

 


Popular