Thursday, March 18, 2021

L1: Assamese Chapter:3 Part: 1

L1: Assamese Chapter:3 Part: 1
Assam TET-2021 Preparation

অসমীয়া বৰ্ণমালাঃ (খণ্ডঃ ১)

অসমীয়া বৰ্ণমালাঃ
পণ্ডিতসকলে অসমীয়া বৰ্ণমালা লিপি ব্ৰাহ্মী লিপিৰ পৰা কুটিল বা সিদ্ধমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭ শতিকামানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়।

অসমীয়া ভাষাত বৰ্তমান ৫২টা আখৰ বা বৰ্ণ আছে।- পৰা   -লৈকে ৫২টা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয়। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণমালাক দুটা ভাগত ভাগ কৰা হৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ।

স্বৰবৰ্ণঃ
যিবোৰ আখৰ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা

                                                                                

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে।

হ্ৰস্ব স্বৰ এই ছটা আখৰৰ উচ্চাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে।

দীৰ্ঘ স্বৰ এই পাঁচটা আখৰৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে।

অসমীয়া স্বৰধ্বনি ' ৮টা আৰু এই কেইটা '- , ', , , , , ', ও। আৰু স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। অসমীয়া ভাষাত স্বৰবৰ্ণ নহয়। '' আৰু '' (ৰি) আখৰৰ যুগ্ম ৰূপ। আৰু আখৰ দুটা স্বৰৰ সন্ধি; = /'+, =+উ। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক ( ̃) বুজোৱা হয়।

ব্যঞ্জনবৰ্ণঃ
যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখবিৱৰত বাধাপ্ৰাপ্ত হৈ উচ্চাৰিত হয় সেইবোৰক ব্যঞ্জন বৰ্ণ বোলে। ব্যঞ্জন বৰ্ণ সদায় স্বৰাশ্ৰয়ী। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ ৪১টা।

                                                                                                        

                                                                                                          

                                                             ক্ষ         ড়         ঢ়          য়                  

           

ইয়াৰ য় ড় ঢ় -এই আখৰকেইটা শব্দৰ আদিত ব্যৱহাৰ নহয়।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জন বৰ্ণক () স্পৰ্শ বৰ্ণ, () উষ্ম বৰ্ণ আৰু () অন্ত বৰ্ণ এই তিনিটা ভাগত ভাগ কৰা হৈছে।

() স্পৰ্শ বৰ্ণ ''- পৰা ''-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্গৰ আৰম্ভণি আখৰটোৰ নাম দিয়া হৈছে। সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয়।

বৰ্গ -

বৰ্গ -

বৰ্গ -

বৰ্গ -

বৰ্গ -

এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে।

অল্পপ্ৰাণ বৰ্ণ বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে। ফলত উচ্চাৰণ কোমল হয়। সেয়ে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয়।

প্ৰথম -

তৃতীয় -

পঞ্চম -

মহাপ্ৰাণ বৰ্ণ প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰবল হয়। ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ ৰ্ণ বোলা হয়।

দ্বিতীয় -

চতুৰ্থ -

() উষ্ম বৰ্ণ আৰু এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয়।

() অন্ত বৰ্ণ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে।

উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণ বিভাগঃ
বৰ্ণবোৰ উচ্চাৰণ হওঁতে নিশাহত ওলাই অহা বায়ু মুখেদি বাহিৰ হয়। এনে অৱস্থাত বৰ্ণবোৰ জিভাৰ সহায়ত কণ্ঠ, তালু, দাঁত, ওঁঠ, আদি ঠাইৰপৰা উচ্চাৰিত হয়। উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণবোৰক বেলেগ বেলেগ নামকৰণ কৰা হৈছে।

কণ্ঠ্য বৰ্ণ এইকেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য বৰ্ণ বোলা হয়।

তালব্য বৰ্ণ এইকেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্য বৰ্ণ বোলা হয়।

মূৰ্দ্ধণ্য বৰ্ণ এইকেইটা বৰ্ণ মূৰ্দ্ধৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক মূৰ্দ্ধণ্য বৰ্ণ বোলা হয়।

দন্ত্য বৰ্ণ এইকেইটা বৰ্ণ দন্তৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক দন্ত্য বৰ্ণ বোলা হয়।

ওষ্ঠ্য বৰ্ণ এইকেইটা বৰ্ণ ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক ওষ্ঠ্য বৰ্ণ বোলা হয়।

অনুনাসিক বৰ্ণ    এইকেইটা বৰ্ণ নাকৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক অনুনাসিক বৰ্ণ বোলা হয়।

কণ্ঠ্য তালব্য বৰ্ণ এইকেইটা বৰ্ণ কণ্ঠ আৰু তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য তালব্য বৰ্ণ বোলা হয়।

কণ্ঠোষ্ঠ্য বৰ্ণ এইকেইটা বৰ্ণ কণ্ঠ আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠৌষ্ঠ বৰ্ণ বোলা হয়।

দন্তৌষ্ঠ বৰ্ণ বৰ্ণটো দাঁত আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইযাক দন্তৌষ্ঠ বৰ্ণ বোলা হয়।

অযোগবাহ বৰ্ণ   আৰু   এই দুটা বৰ্ণ যি বৰ্ণৰ লগত ব্যৱহাৰ হয় সেই বৰ্ণৰে উচ্চাৰিত হয়। ইহঁতৰ নিজা উচ্চাৰণ নথকাৰ বাবে ইহঁতক অযোগবাহ বৰ্ণ বোলা হয়।

তদুপৰি অসমীয়া ভাষাৰ বৰ্ণ উচ্চাৰণ কৰোঁতে কিছুমান শব্দত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পষ্টকৈ হয় আৰু কিছুমানত নহয়।

()পুৰণি বা ব্ৰজাৱলী ভাষাত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পষ্টকৈ হয়। যেনে- আহে সামাজিক() লোক()()কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ নহয়। যেনে- আম, খাম, বহল, মানুহ ইত্যাদি।
(
)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয়। যেনে- নাৰ, পাৰ, পাভ আদি।
(
)  - অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয়। যেনে-অংশ, কংস, বংশ আদি।
(
)শব্দৰ অন্তত থকা যুক্তাক্ষৰৰ স্বৰ ধ্বনি উচ্চাৰণ হয়। যেনে- কৃষ্ণ, নম্ৰ, ছাত্ৰ ইত্যাদি।

ব্যঞ্জনবৰ্ণৰ নাম তাৰ নিজা উচ্চাৰণৰ লগত "" যোগ দি কৰা হয়। "" উচ্চাৰণটো লগত লিখা নহয়, সেইবাবে বেছিভাগ ব্যঞ্জনবৰ্ণৰে নাম আখৰটোৰ সৈতে একে (যেনে- "" উচ্চাৰণ আৰু নাম ""য়েই) আধুনিক অসমীয়াত নিজৰ বৈশিষ্ট্যপূৰ্ণ ধ্বন্নি হেৰুৱাই পেলোৱা কিছুমান আখৰক বেলেগ নামেৰে জনা যায়। যেনে- প্ৰায় একেধৰণৰ অনুনাসিক উচ্চাৰণ থকা "", "" আৰু "" ক্ৰমে "মূৰ্ধন্য ", "দন্ত্য " আৰু "" (উচ্চাৰণ "ন্য" বা "য়ঁ" দৰে) তেনেধৰণে "" দৰেই উচ্চাৰণ হোৱা আখৰকেইটা "তালব্য ", "মূৰ্ধন্য " আৰু "দন্ত্য স।" আকৌ "" কোৱা হয় "বৰ্গীয় " (অনুনাসিক বৰ্ণৰে শেষ হোৱা ব্যঞ্জনবৰ্ণৰ প্ৰথম পাঁচটা শাৰীৰ বৰ্গত থকা) আৰু "" কোৱা হয় "অন্তঃস্থ " (বৰ্গৰ আখৰ আৰু পিছৰ আখৰবোৰৰ মাজত থকা)

No comments:

Post a Comment

Popular