Breaking News

Share Your Information To Search Partner For Mutual Transfer(Unofficial)

সন্মানীয় সতীৰ্থসকল, 

আমি কৰা পূৰ্বানুমান আনুসৰি অহা জুন- জুলাই/২০২১ মাহৰ পৰা পোৰ্টেল যোগে শিক্ষক-শিক্ষয়িত্ৰীসকলক বুজাবুজি বদলিকৰণৰ সুযোগ দিয়া হব পাৰে, গতিকে নিজৰ সমপৰ্যায়ৰ  আন এজন শিক্ষক বিচাৰিব লাগিব

সেয়েহে আপোনালোকৰ সুবিধাৰ্থে আমি এক প্ৰচেষ্টা হাতত লৈছো।  এই পোষ্টটোৰ Comment Sectionত গৈ নিম্নোক্ত Formatত আপোনাৰ তথ্যখিনি Share কৰক। আপোনালোকৰ তথ্যসমূহ আমাৰ মাহেকীয়া ই-আলোচনীত প্ৰকাশ কৰা হব।

Format:
(১)       নাম:
(২
)       শিক্ষকতা কৰি থকা বিদ্যালয়ৰ নাম:
(৩
)       Teachers’ Status (Regular /SSA/ STATEPOOL) (LP/ UP):
(৪
)       বিদ্যালয়ৰ UDISE code:
(
)       কৰ্মৰত জিলা:
(৬
)       কৰ্মৰত ব্লক নাম:
(
)       কৰ্মৰত Cluster নাম:
(
)       কোন জিলাত যাব বিচাৰে সেই জিলা আৰু ব্লক নাম:
(৯
)       Mobile Number:

No comments