Saturday, March 6, 2021

Teachers' I-Card: Data Format Download

Teachers' I-Card:
I-Card Data Format Download

আপোনাৰ শিক্ষক তথ্য চাবলৈ তলৰ লিংকত গৈ HRMIS Teacher's Codeদি চাবমিট কৰক।
(You can see your teachers' data by entering your HRMIS Teachers Code)

Link: http://210.212.13.29/tcard/stchbytch.aspx

  • I-Card পাবলৈ প্ৰিণ্ট কপিটো আপোনাৰ BEEO জমা কৰক
    Submit Hard Copy at your respective BEEO
  • আপোনাৰ Teacher's Code জানিবলৈ https://udiseplus.gov.in/udiseplus লগইন কৰক। 
  • Teachers' Dataত থকা শুদ্ধ তথ্য খিনি ফৰ্মত নীলা বা ক'লা বল পেনেৰে লিখিব। আৰু ভুল থকা তথ্য সমূহ শুদ্ধ কৰিবলৈ ৰঙা বল পেন ব্যৱহাৰ কৰি ফৰ্মত লিখিব।
    Correction May Be Done With Red Ball Pen

4 comments:

Popular