Breaking News

Assam TET Online Test-2021

Assam TET Online Test-2021:
Exam Date: 26/09/2021


Assam TET Online Test নিয়মাৱলী:


) পৰীক্ষাটোত মুঠ ১৫০ নম্বৰ থাকিব৷
) মুঠ সময় ১০০ মিনিট দিয়া  হৈছে৷
) ইয়াত কোনো Negative Marking নাই৷
) প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিৰ্বাচনৰ বাবে৪০ ছেকেণ্ড সময় ধাৰ্য কৰা  হৈছে৷ নিৰ্ধাৰিত ৪০  ছেকেণ্ড সময়ৰ ভিতৰত একোটা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহ'লে  সেই প্ৰশ্নৰ বাবে থকা নম্বৰ আপুনি হেৰুৱাব৷
) এটা প্ৰশ্নৰ উত্তৰ Submit কৰাৰ পাছতহে পৰৱৰ্তী প্ৰশ্নটোলৈ যাব পাৰিব৷
) এটা প্ৰশ্নৰ উত্তৰ Submit কৰাৰ পাছত পুনৰ সেই প্ৰশ্নটোলৈ ঘূৰি যাব নোৱাৰিব৷
) একেবাৰে  শেষৰটো প্ৰশ্ন, অৰ্থাৎ ১৫০ নং প্ৰশ্নটোৰ উত্তৰ Submit কৰাৰ পাছতে আপোনাক আপুনি লাভ কৰা মুঠ নম্বৰ আৰু % দেখুওৱা 'ব৷ লগতে আপুনি কৰা ভুলসমূহো প্ৰতিৱেদনত চাব পাৰিব৷
) অনুত্তীৰ্ণসকলে পুনৰ এবাৰ নিজকে পৰীক্ষা কৰি চাবৰ বাবে বিকল্প থাকিব

কেইটিমান প্ৰয়োজনীয় লিংকঃ

১। অসম টেটৰ চিলেবাছ(উচ্চ-প্ৰাথমিক/নিম্ন-প্ৰাথমিক) ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।
২। অসম টেটৰ (উচ্চ-প্ৰাথমিক/ নিম্ন-প্ৰাথমিক) পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকত ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।

 

৩। অসম টেটৰ বিনামূলীয়া অসমীয়া ই-হেণ্ডবুক ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।


৪। অসম টেটৰ বিনামূলীয়া শিশুৰ বিকাশ আৰু শিক্ষণ শৈলী(অসমীয়া)ৰ ই-হেণ্ডবুক ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।

৫। অসম টেটৰ বিনামূলীয়া পৰিৱেশ অধ্যয়নৰ(অসমীয়া)ই-হেণ্ডবুক ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।

৬। অসম টেটৰ বিনামূলীয়া গণিত(অসমীয়া)ই-হেণ্ডবুক ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।

৭। অসম টেটৰ বিনামূলীয়া ইংৰাজী-L2ৰ ই-হেণ্ডবুক ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰক।

 ৮। অসম টেটৰ বাবে TET Qualified Forum, Assamএ প্ৰস্তুত কৰা সকলোবোৰ MCQ টেষ্ট পাবলৈ ইয়াতে ক্লিক কৰক।


 

No comments