Assam TET Preparation-2021
সমাগত অসম TETৰ বাবে
কেনেদৰে প্ৰস্তুতি চলাব?
কি কি পঢ়িব?
অসম TET দিবলৈ ইচ্ছুক আৰু প্ৰস্তুতি চলাই থকা সমূহ প্ৰাৰ্থীলৈ TET Qualified Forum, Assamৰ তৰফৰ পৰা আন্তৰিক শুভেছা।
অসম TET দিবলৈ ইচ্ছুক
প্ৰাৰ্থীসকল,
যদি আপোনালোক সচেতন আৰু
সাৱধান নহয় এইবাৰো ২০১৯ দৰেকৈ উত্তীৰ্ণৰ হাৰ কম হোৱাৰ সম্ভাৱনা আছে; কাৰণ উত্তৰকৰণত
হোৱা সাধাৰণ ভুল আৰু কিছুমান কিতাপৰ তথ্যৰ আসোঁৱাহ।
অসম টেট TET(নিম্ন আৰু উচ্চপ্ৰাথমিকৰ)ৰ বাবে কেনেদৰে প্ৰস্তুতি
চলাব?
কি কি পঢ়িব?
- আপোনালোকে ইতিমধ্যে বজাৰত উপলব্ধ হোৱা গাইড বুক সংগ্ৰহ কৰি প্ৰস্তুতি আৰম্ভ কৰিছে!
- কিন্তু অসম TETত ভাল নম্বৰ পাবলৈ গাইড বুকেই যথেষ্ট নহয়।
- অসম TETত ভাল নম্বৰ পাবলৈ হ’লে আপোনালোক সচেতন আৰু সাৱধান হব লাগিব।
- ৩য় শ্ৰেণীৰ পৰা – ৮ম শ্ৰেণীলৈকে অসমীয়া-ইংৰাজী পাঠ্যপুথিত থকা ব্যাকৰণ, পৰিৱেশ অধ্যয়ন, পৰিৱেশ বিজ্ঞান, গণিত, বিজ্ঞান পঢ়িব। (এই কিতাপসমূহ DIKSHA Appটো উপলব্ধ)
- DIKSHA Appটো https://play.google.com/store/apps/details?id=in.gov.diksha.app এই লিংকটোৰ পৰা ডাউনলোড কৰি লব পাৰিব।
- D.El.ED.(বিশেষকৈ NIOS D.El.Ed.)ৰ ভাষাঃঅসমীয়া, শিশুৰ বিকাশ আৰু শিক্ষণ শৈলী, পৰিৱেশ অধ্যয়ন, গণিত আৰু ভাষা-২ ইংৰাজী পাঠ্যপুথি চাব পাৰে।
- NIOS D.El.Ed. পাঠ্যপুথিসমূহ http://mooc.nios.ac.in/mooc/course/index.php?categoryid=86 এই লিংকটোৰ পৰা ডাউনলোড কৰি লব পাৰিব।
- কোনো প্ৰশ্নৰ উত্তৰত আসোঁৱাহ থকা যেন লাগিলে Google ত চাৰ্চ কৰি লব।
Thnq sir
ReplyDeleteTq Sir
ReplyDeleteThank you sir. But canu give the notes in the School.
ReplyDelete