Breaking News

About RIIMS App Download| Teacher Attendance

About RIIMS App Download| Teacher Attendance

Release Date

06-05-2021

Submitted By

RailTel Corporation of India / RNIT

Submitted To

Axom Sarba Siksha Abhijan Mission, Assam

Document Classification

Confidential

Version Number

0.3

RIIMS Appৰ বিষয়ে দু-আষাৰঃ

RIIMS Android এপ্লিকেচনটোৱে SSA Assamক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি কৰণ, উপস্থিতি, শিক্ষকৰ আৰু অন্যান্য কৰ্মচাৰীৰ উপস্থিতি AI প্ৰযুক্তি ব্যৱহাৰ কৰি অনলাইন ভাৱে চোৱা-চিতা আৰু নিৰিক্ষণ কৰিব পাৰে। এই RIIMS Appটো RNIT Solutions & Services Pvt. Ltd.এ প্ৰস্তুত কৰিছে।

RIIMS Appত উপস্থিত দিয়াৰ পদ্ধতিঃ

  • RIIMS Appত লগইন (ইউজাৰ নাম আৰু পাচৱাৰ্ডৰ বাবে চি.আৰ.চি.চি)ৰ সতে যোগাযোগ কৰিব।
  • প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰৰ ৰেজিষ্ট্ৰেচন
  • ৰেজিষ্ট্ৰেচনৰ সময়ত আধাৰকাৰ্ড বা অন্যপৰিচয় পত্ৰ দিয়াটো বাধ্যতামূলক
  • ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত আপোনালোকে ছাত্ৰ-ছাত্ৰী উপস্থিতি সহজতে লব পাৰিব। কাৰণ তাত নাম সমূহ থাকিবই। মাথোঁ Student Attendance ক্লিক কৰি নিৰ্দিষ্ট শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফটো তুলিলেই হ’ল। Stuff Attendance ক্ষেত্ৰটো একেই।

*বিদ্ৰঃ এই এপটো ব্যৱহাৰ সময় Internet থকা বা নথকাৰ ওপৰত কোনো প্ৰভাৱ নপৰে; যেতিয়াই Network Areaত আহিব ই নিজেই কাম কৰিব।

উপস্থিতি লওতে GPS অন কৰি উপস্থিতি লব Internet থাকক বা নাথাকক, Network Areaত সোমালে এই এপটোৱে নিজে কাম কৰিব

For Stuff Data Management| Student Data Management|
Visit Official Website

https://www.axomssa.com/riims

RIIMS App Download:

https://play.google.com/store/apps/details?id=com.rnit.rims

 SDMIS & TDMIS User Manual v1.0

No comments