Breaking News

Teachers' Attendance|About RIIMS App|Download RIIMS App

Teachers' Attendance|About RIIMS App|Download RIIMS App


ধুবুৰীৰ বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলা উপায়ুক্তৰ তৎপৰতা। সকলো শিক্ষকে “ৰিমছ” এপ যোগে বাধ্যতামূলকভাৱে দিব লাগিব দৈনিক উপস্থিতি।

RIIMS Appৰ বিষয়ে দু-আষাৰঃ
RIIMS Android এ
প্লিকেচনটোৱে SSA Assamক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি কৰণ, উপস্থিতি, শিক্ষকৰ আৰু অন্যান্য কৰ্মচাৰীৰ উপস্থিতি AI প্ৰযুক্তি ব্যৱহাৰ কৰি অনলাইন ভাৱে চোৱা-চিতা আৰু নিৰিক্ষণ কৰিব পাৰে। এই RIIMS Appটো RNIT Solutions & Services Pvt. Ltd.এ প্ৰস্তুত কৰিছে।

RIIMS Appত উপস্থিত দিয়াৰ পদ্ধতিঃ

  • RIIMS Appত লগইন (ইউজাৰ নাম আৰু পাচৱাৰ্ডৰ বাবে চি.আৰ.চি.চি)ৰ সতে যোগাযোগ কৰিব।
  • প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰৰ ৰেজিষ্ট্ৰেচন
  • ৰেজিষ্ট্ৰেচনৰ সময়ত আধাৰকাৰ্ড বা অন্যপৰিচয় পত্ৰ দিয়াটো বাধ্যতামূলক
  • ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত আপোনালোকে ছাত্ৰ-ছাত্ৰী উপস্থিতি সহজতে লব পাৰিব। কাৰণ তাত নাম সমূহ থাকিবই। মাথোঁ Student Attendance ক্লিক কৰি নিৰ্দিষ্ট শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফটো তুলিলেই হ’ল। Stuff Attendance ক্ষেত্ৰটো একেই।

*বিদ্ৰঃ এই এপটো ব্যৱহাৰ সময় Internet থকা বা নথকাৰ ওপৰত কোনো প্ৰভাৱ নপৰে; যেতিয়াই Network Areaত আহিব ই নিজেই কাম কৰিব।

উপস্থিতি লওতে GPS অন কৰি উপস্থিতি লব Internet থাকক বা নাথাকক Network Areaত সোমালে এই এপটোৱে নিজে কাম কৰিব।

For Stuffs' Data Management| Students’ Data Management
Visit Official Website https://www.axomssa.com/riims

No comments