Teachers’ Mutual Transfer|Online Teachers’ Transfer|Application-2021
Teachers’ Mutual Transfer|Online Teachers’ Transfer|Application-2021|Link is Available Now|
প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বুজাবুজি বদলি কৰণৰ বাবে পৰ্টেলৰ লিংক উপলব্ধ হৈছে।
Official Guideline |
|
Online Apply Portal Released From |
22nd November, 2021 |
Official Website |
|
Official Mutual Transfer Portal Link |
বুজাবুজি বদলি কৰণৰ বাবে পৰ্টেলত আবেদন কৰা আগেয়ে আপোনাৰ কি
কি নথি, তথ্যৰ প্ৰয়োজন হব পাৰেঃ
*উভয় পক্ষৰে
(১) ১৩টা সংখ্যাযুক্ত শিক্ষকৰ কোড(HRMIS/RIIMS পোৰ্টেল অনুসৰি)
(২) সক্ৰিয় মোবাইল নম্বৰ(HRMIS/RIIMS পোৰ্টেল অনুসৰি)
(৩) সক্ৰিয় ই-মেইল(HRMIS/RIIMS পোৰ্টেল অনুসৰি)
(৪) ১১টা সংখ্যা যুক্ত স্কুল কোড
(৫) টেট চাৰ্টিফিকেট অনুসৰি আবেদনকাৰী উভয় পক্ষৰে ভাষা-১(Language-1)
একে হ’ব লাগিব।
Sample Form for Demonstration
*বিঃদ্ৰঃ আবেদন কৰাৰ আগেয়ে অফিচিয়েল গাইড লাইন বিতংভাৱে পঢ়িব।
No comments