Breaking News

Teachers’ Mutual Transfer|Online Teachers’ Transfer|Application-2021

Teachers’ Mutual Transfer|Online Teachers’ Transfer|Application-2021|Link is Available Now| 

প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বুজাবুজি বদলি কৰণৰ বাবে পৰ্টেলৰ লিংক উপলব্ধ হৈছে।


অসম চৰকাৰৰ শিক্ষা বিভাগে ২২ নবেম্বৰ ২০২১ৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকলৰ মাজত বুজাবুজি বদলি কৰণৰ বাবে পৰ্টেলৰ লিংক মুকলি কৰি দিছে। (Online Portal Link for Mutual Transfer of Elementary & Secondary Teachers’ is Available Now)

Important Links for Teachers’ Mutual Transfer 2021

Official Guideline

Available Soon

Online Apply Portal Released From

22nd November, 2021

Official Website

https://ssa.assam.gov.in

Official Mutual Transfer Portal Link

Click Here to Enter in Portal

বুজাবুজি বদলি কৰণৰ বাবে পৰ্টেলত আবেদন কৰা আগেয়ে আপোনাৰ কি কি নথি, তথ্যৰ প্ৰয়োজন হব পাৰেঃ
*উভয় পক্ষৰে

(১) ১৩টা সংখ্যাযুক্ত শিক্ষকৰ কোড(HRMIS/RIIMS পোৰ্টেল অনুসৰি)
(২) সক্ৰিয় মোবাইল নম্বৰ(HRMIS/
RIIMS পোৰ্টেল অনুসৰি)
(৩) সক্ৰিয় ই-মেইল(HRMIS/
RIIMS পোৰ্টেল অনুসৰি)
(৪) ১১টা সংখ্যা যুক্ত স্কুল কোড
(৫) টেট চাৰ্টিফিকেট অনুসৰি আবেদনকাৰী উভয় পক্ষৰে ভাষা-১(Language-1) একে হ’ব লাগিব।

Sample Form for Demonstration


*বিঃদ্ৰঃ আবেদন কৰাৰ আগেয়ে অফিচিয়েল গাইড লাইন বিতংভাৱে পঢ়িব।

No comments