TET Qualified Forum, Assam App Ver-1
TET Qualified Forum, Assam App Ver-1:
সুস্থ-সবল শিক্ষণ আৰু শিকন উদ্দেশ্যৰে গঠিত হোৱা শিক্ষকৰ গোট “TET Qualified Forum, Assam (চমুকৈ TQF,
Assam)”ৰ এন্দ্ৰইড App TET Qualified Forum, Assam Ver-1 মুকলি কৰি দিয়া হৈছে।
TET Qualified Forum, Assam Ver-1 Appটো ডাউনলোড কৰিবলৈ তলৰ লিংকত ক্লিক কৰক –
সুস্থ-সবল শিক্ষণ আৰু শিকন উদ্দেশ্য আগত ৰাখি আমাৰ এই Appটো প্ৰস্তুত কৰা হৈছে। আমাৰ এই Appটোত শিক্ষা-শিক্ষক সম্পৰ্কীয় বাৰ্তা, ডিজিটেল পাঠ্যক্ৰম, প্ৰশ্নোত্তৰ আৰু শিকন-শিক্ষণ সামগ্ৰী, NISHTHA প্ৰশিক্ষণ সামগ্ৰী, অসম-টেট আৰু চি-টেট প্ৰস্তুতিৰ সামগ্ৰী উপলব্ধ হব। ইয়াত আমি ডিজিটেল জগতখনৰ জৰিয়তে আমাৰ নৱ-প্ৰজন্মক সুস্থ-সবল শিক্ষণ-শিকন আৰু সমাজ গঠনৰ দিশত এখোপ আগুৱাই নিবলৈ প্ৰয়াস কৰিছোঁ।
আমাৰ এই যাত্ৰা পথত আপোনাৰ/ আপোনালোকৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
No comments