Ankuram-2|Chapter-5
অংকুৰণঃ পাঠ-০৫|বুধিয়ক বীৰবল|২য় শ্ৰেণীঃ
কওঁ
আহা
আকবৰ কোন আছিল?
উত্তৰঃ আকবৰ দিল্লীৰ বাদছাহ
আছিল।
আকবৰ ৰাজসভাত আটাইতকৈ
বুধিয়ক সভাসদগৰাকী কোন?
উত্তৰঃ আকবৰ ৰাজসভাত আটাইতকৈ
বুধিয়ক সভাসদগৰাকী আছিল বীৰবল।
বীৰবলে ৰেখাডাল কেনেকৈ
চুটি কৰিলে?
উত্তৰঃ বীৰবলে আগৰ ৰেখাডালৰ
ওচৰেৰে আগৰ ৰেখাডালতকৈ দীঘল ৰেখা এডাল টানি আগৰ ৰেখাডাল চুটি কৰিলে।
আকবৰে বীৰবলক কি দিলে?
উত্তৰঃ আকবৰে বীৰবলৰ উপস্থিত
বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে।
যুক্তাক্ষৰ ভাঙি লিখা।
স্ক = স + ক = স্ক
স্ন = স + ন = স্ন
স্প = স + প = স্প
স্থ = স + থ = স্থ
ল্ল = ল + ল = ল্ল
চ্চ = চ + চ = চ্চ
ন্ন = ন + ন =ন্ন
ম্ম = ম + ম =ম্ম
ল্ল – পাল্লা, দিল্লী, ৰসগোল্লা
ন্ন – উন্নত, অন্ন, বিভিন্ন
চ্চ – উচ্চ, উচ্চতা, উচ্চমান
ম্ম – মহম্মদ, আম্মা
যুক্তাক্ষৰকেইটাৰে দুটাকৈ শব্দ সাজা।
ল্ল = উৎফুল্ল, প্ৰফুল্ল
স্থ = স্থল, স্বাস্থ্য
স্ন = স্নান, স্নেহ
স্ত = অস্ত, সূৰ্যাস্ত
চ্চ = উচ্চ, উচ্চতম
No comments