Are you unhappy with Assam TET-2021 result|Download your OMR Sheet
সদ্য ঘোষিত অসম টেট-২০২১ৰ ফলাফল/ প্ৰাপ্ত নম্বৰৰ বাবে অসন্তুষ্ট
নেকি?
Are you unhappy with Assam TET-2021 result
যিসকল অসন্তুষ্ট তেওঁলোকে কি কৰিব? How to download OMR Sheet
২০২১ অসম সাধাৰণ টেটৰ উত্তীৰ্ণৰ হাৰLP – টেটত অৱতীৰ্ণ হৈছিল ১,৪৪,০৬৫ গৰাকী পৰীক্ষাৰ্থী
LP – টেটত উত্তীৰ্ণ ২৩, ৩৯৪ গৰাকী
LP – টেটত উত্তীৰ্ণৰ হাৰ ১৬.২৪%
UP – টেটত অৱতীৰ্ণ হৈছিল ১,১৪,৭১৯ গৰাকী পৰীক্ষাৰ্থী
UP – টেটত উত্তীৰ্ণ ২০, ৬৩৯ গৰাকী
UP – টেটত উত্তীৰ্ণৰ হাৰ ১৭.৯৯%
যিসকল অসন্তুষ্ট তেওঁলোকে কি কৰিব?
১৭-১২-২০২১ত OMR Sheet/ Ans-key নিম্ন উল্লিখিত পোৰ্টেলত
উপলব্ধ হব। যদি আপোনাৰ OMR Sheet/ Ans-key সতে প্ৰাপ্ত নম্বৰৰ মিল নাথাকে আৰু আপুনি
যদি ফলাফল লৈ অসন্তুষ্ট তেন্তে OMR Sheet পুনৰীক্ষণৰ বাবে আবেদন কৰিব পৰিব।
Notice
OMR Sheet
Ans-key
No comments