Breaking News

Assam Govt. Teacher ID Card Download| অসম চৰকাৰৰ শিক্ষকৰ পৰিচয় পত্ৰ ডাউনলোড

Assam Govt. Teacher ID Card Download| অসম চৰকাৰৰ শিক্ষকৰ পৰিচয় পত্ৰ ডাউনলোড


SSA, Assamৰ পোৰ্টেলত খোলা দিছে Teacher ID Card Download লিংক।
SSA, Assamৰ পোৰ্টেলৰ পৰা কেনেদৰে শিক্ষকৰ পৰিচয় পত্ৰ ডাউনলোড কৰিব
1. ব্ৰাউজাৰত https://ssa.assam.gov.in খোলক বা তলৰ লিংকটোত ক্লিক কৰক।

2. এতিয়া পেজটো থকা “Oosc portal & teacher’s I-Card”ত ক্লিক কৰক।

3. এতিয়া ১৩টা সংখ্যক শিক্ষকৰ কোড ভৰাই Search/ Download I-Card বাটনত ক্লিক কৰক।
ক’ত পাব এই ১৩টা সংখ্যক শিক্ষকৰ কোড? RIIMS, UDISE Plus বা HRMSত পাব।

১৩টা সংখ্যক শিক্ষকৰ কোড পাবলৈ তলৰ যি কোনো এটা লিংকত ক্লিক কৰক
RIIMS Link
UDISE Plus Link

HRMS Link

7 comments: