Breaking News

উচ্চ-প্ৰাথমিক(বিজ্ঞান)ৰ জিলা ভিত্তিক বিশ্লেষণ

উচ্চ-প্ৰাথমিক(বিজ্ঞান)ৰ জিলা ভিত্তিক বিশ্লেষণঃ

আপোনাৰ TET, Degree, HS আৰু B.Ed./ D.El.Edত  মুঠ কিমান নম্বৰ থাকিলে উচ্চ-প্ৰাথমিক(বিজ্ঞান)ত নিযুক্তি পোৱাৰ পথ সূচল হব পাৰে?

(পূৰ্বৰ নিযুক্তিৰ তথ্য বিশ্লেষণ কৰি এই সমীক্ষা আগবঢ়োৱা হৈছে।)
যদি আপোনাৰ Degree ৭০% HS ৭০%+, B.Ed./ D.El.Ed. ৭০%+ নম্বৰ আছে আৰু টেটত ৭০%+ নম্বৰ পাইছে, তেতিয়াহ’লে আপোনাৰ নম্বৰ %ৰ মুঠ ২৮০+ হব।  ২৭৫+ %ৰ মুঠ নম্বৰ হ’লে সাধাৰণ শ্ৰেণীৰ লগতে সংৰক্ষিত শ্ৰেণীৰ সকলোৱে সহজতে নিযুক্তি লাভ কৰিব লাগে।


2 comments:

  1. Sir moi UP science=283 Kon district korile Pam

    ReplyDelete
  2. Apunar calculation bhul hoise. Karon 2nd phase r merit list khn he follow korise.. Iyar pisot 2019 aru 2021 TET r bohut candidates ase

    ReplyDelete