Breaking News

নিম্ন-প্ৰাথমিকৰ জিলা ভিত্তিক বিশ্লেষণঃ(অবশিষ্ট –বৰাকভেলী –জিলাৰ বাবে)

 নিম্ন-প্ৰাথমিকৰ জিলা ভিত্তিক বিশ্লেষণঃ(অবশিষ্ট বৰাকভেলী জিলাৰ বাবে)

(পূৰ্বৰ নিযুক্তিৰ তথ্য বিশ্লেষণ কৰি এই সমীক্ষা আগবঢ়োৱা হৈছে।)

যদি আপোনাৰ HS ৮০%+, D.El.Ed. ৮০%+ নম্বৰ আছে আৰু টেটত ৮০%+ নম্বৰ পাইছে, তেতিয়াহ’লে আপোনাৰ নম্বৰ %ৰ মুঠ ২৪০+ হব।  ২৩০+ %ৰ মুঠ নম্বৰ হ’লে সাধাৰণ শ্ৰেণীৰ লগতে সংৰক্ষিত শ্ৰেণীৰ সকলোৱে সহজতে নিযুক্তি লাভ কৰিব লাগে।

নিম্ন-প্ৰাথমিক(অসমীয়া মাধ্যম) জিলা ভিত্তিক বিশ্লেষণ
উচ্চ-প্ৰাথমিক(সঃ শিক্ষক - অসমীয়া মাধ্যম)ৰ জিলা ভিত্তিক বিশ্লেষণ
উচ্চ-প্ৰাথমিক(বিজ্ঞান  - অসমীয়া মাধ্যম)ৰ জিলা ভিত্তিক বিশ্লেষণ



No comments