Breaking News

উচ্চ-প্ৰাথমিক(সঃ শিক্ষক)ৰ জিলা ভিত্তিক বিশ্লেষণ

উচ্চ-প্ৰাথমিকৰ জিলা ভিত্তিক বিশ্লেষণঃ


উচ্চ প্ৰাথমিক(সঃ শিক্ষক) নিযুক্তিত অসমৰ কোন জিলাত কিমান Cut-off Marks (Degree% + HS% + B.Ed or DElEd% + TET%) হব পাৰে!

আপোনাৰ TET, Degree, HS আৰু B.Ed./ D.El.Edত  মুঠ কিমান নম্বৰ থাকিলে উচ্চ-প্ৰাথমিক(সঃ শিক্ষক)ত নিযুক্তি পোৱাৰ পথ সূচল হব পাৰে?

উচ্চ-প্ৰাথমিক(সঃ শিক্ষক)ৰ জিলা ভিত্তিক বিশ্লেষণঃ
(পূৰ্বৰ নিযুক্তিৰ তথ্য বিশ্লেষণ কৰি এই সমীক্ষা আগবঢ়োৱা হৈছে।)

যদি আপোনাৰ Degree ৭০% HS ৭০%+, B.Ed./
D.El.Ed. ৭০%+ নম্বৰ আছে আৰু টেটত ৭০%+ নম্বৰ পাইছে, তেতিয়াহ’লে আপোনাৰ নম্বৰ %ৰ মুঠ ২৮০+ হব।  ২৭৫+ %ৰ মুঠ নম্বৰ হ’লে সাধাৰণ শ্ৰেণীৰ লগতে সংৰক্ষিত শ্ৰেণীৰ সকলোৱে সহজতে নিযুক্তি লাভ কৰিব লাগে।



No comments