Breaking News

How to download TET OMR Sheet

How to download OMR Sheet
অসম টেট-২০২১ৰ
OMR Sheet কেনেকৈ ডাউনলোড কৰিব।

সদ্য ঘোষিত অসম টেট-২০২১ৰ ফলাফল/ প্ৰাপ্ত নম্বৰৰ বাবে অসন্তুষ্ট নেকি?
Are you unhappy with Assam TET-2021 result
যিসকল অসন্তুষ্ট তেওঁলোকে কি কৰিব?

২০২১ অসম সাধাৰণ টেটৰ উত্তীৰ্ণৰ হাৰLP টেটত অৱতীৰ্ণ হৈছিল ১,৪৪,০৬৫ গৰাকী পৰীক্ষাৰ্থী
LP
টেটত উত্তীৰ্ণ ২৩, ৩৯৪ গৰাকী
LP
টেটত উত্তীৰ্ণৰ হাৰ ১৬.২৪%
UP
টেটত অৱতীৰ্ণ হৈছিল ১,১৪,৭১৯ গৰাকী পৰীক্ষাৰ্থী
UP
টেটত উত্তীৰ্ণ ২০, ৬৩৯ গৰাকী
UP
টেটত উত্তীৰ্ণৰ হাৰ ১৭.৯৯%

যিসকল অসন্তুষ্ট তেওঁলোকে কি কৰিব?
১৭-১২-২০২১ত OMR Sheet/ Ans-key নিম্ন উল্লিখিত পোৰ্টেলত উপলব্ধ হব। যদি আপোনাৰ OMR Sheet/ Ans-key সতে প্ৰাপ্ত নম্বৰৰ মিল নাথাকে আৰু আপুনি যদি ফলাফল লৈ অসন্তুষ্ট তেন্তে OMR Sheet পুনৰীক্ষণৰ বাবে আবেদন কৰিব পৰিব।

Notice


OMR Sheet

Link for Lower Primary

Link for Upper Primary

Ans-key 

Link 1

Link 2

 

No comments