Breaking News

LP Appointment Analysis|2021

LP Appointment Analysis|2021
নিম্ন-প্ৰাথমিকৰ জিলা ভিত্তিক বিশ্লেষণঃ


  • নিম্ন প্ৰাথমিক(অসমীয়া মাধ্যম)নিযুক্তিত অসমৰ কোন জিলাত কিমান Cut-off Marks (HS% + DElEd% + TET%) হব পাৰে!
  • আপোনাৰ TET, HS আৰু D.El.Edত  মুঠ কিমান নম্বৰ থাকিলে নিম্ন-প্ৰাথমিকত নিযুক্তি পোৱাৰ পথ সূচল হব পাৰে?

নিম্ন-প্ৰাথমিকৰ জিলা ভিত্তিক বিশ্লেষণঃ
(পূৰ্বৰ নিযুক্তিৰ তথ্য বিশ্লেষণ কৰি এই সমীক্ষা আগবঢ়োৱা হৈছে।) যদি আপোনাৰ HS ৮০%+, D.El.Ed. ৮০%+ নম্বৰ আছে আৰু টেটত ৮০%+ নম্বৰ পাইছে, তেতিয়াহ’লে আপোনাৰ নম্বৰ %ৰ মুঠ ২৪০+ হব।  ২৩০+ %ৰ মুঠ নম্বৰ হ’লে সাধাৰণ শ্ৰেণীৰ লগতে সংৰক্ষিত শ্ৰেণীৰ সকলোৱে সহজতে নিযুক্তি লাভ কৰিব লাগে।

  

No comments