Breaking News

Online Verification of Teachers’ Profile

Online Verification of Teachers’ Profile| শিক্ষক প্ৰফাইলৰ অনলাইন ভেৰিফিকেশ্বন
What to do if Profile Rejects?
What to do if Profile Pending?

Verification প্ৰক্ৰিয়াৰ  ধাপ সমূহ
(ক) Verification https://hrmsassam.in পোৰ্টেলৰ জৰিয়তে অনলাইন যোগে হব।

(খ)  Verification প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে পৃথকে পৃথকে হব।

(গ) লগইনৰ তথ্যসমূহ State Mission Officeৰ পৰা District Programmerক দিয়া হব।

(ঘ) তাত তিনিটা বিকল্প পচন্দ থাকিব
View, Approve, Reject
(ঙ) তাত নিম্ন উল্লিখিত তথ্য সমূহ Verification হ’ব।

* স্কুলৰ UDISE কোড অনুসৰি শিক্ষকৰ তথ্য

* শিক্ষকৰ তথ্যত ভাষা-১

* শিক্ষণৰ মাধ্যম

* শিক্ষণৰ বিষয়; LP Schoolৰ ক্ষেত্ৰত All subjects

* অফিচ তথ্যৰ লগত শিক্ষকে দিয়া তথ্য

* আপলোড কৰা তথ্য

(চ) যদি তথ্য সমুহৰ মিল থাকে Approve হ’ব

(ছ) যদি তথ্য সমুহৰ মিল নাথকিলে Reject হ’ব

যদি Profile Pending হৈ থাকে?
 


District Programmerএ Verification কৰিব অপেক্ষা কৰক।

(জ) Reject হ’লে শিক্ষকে https://hrmsassam.in পোৰ্টেলত প্ৰফাইল লগইন কৰি তথ্য শুদ্ধ কৰিব লাগিব।

No comments