Breaking News

Teachers’ Mutual Transfer|Online Teachers’ Transfer

সুখবৰ! সুখবৰ! সুখবৰ!
Teachers’ Mutual Transfer|Online Teachers’ Transfer|Application-2021


 

(বুজাবুজি বদলিকৰণৰ সংগী বিচৰাৰ বাবে এই পোষ্টটোৰ Commentত নিজৰ নাম, মোবাইল নং, কৰ্মৰত জিলা, বদলি হব বিচৰা জিলা, পোষ্ট/ স্কুলৰৰ প্ৰকাৰ লিখি পোষ্ট কৰক।)

অসম চৰকাৰৰ শিক্ষা বিভাগে শিঘ্ৰেই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকলৰ মাজত বুজাবুজি বদলি কৰণৰ বাবে পৰ্টেলৰ লিংক মুকলি কৰি দিব।

(The Education Department of Assam will released Online Portal Link for Mutual Transfer of Elementary & Secondary Teachers’ Very Soon)

Important Links for Teachers’ Mutual Transfer 2021

Official Guideline

Available Soon

Online Apply Portal Released From

Last week, 2021(Expected)

Official Web Site

https://ssa.assam.gov.in

Official Mutual Transfer Portal Link

Available Soon

 বুজাবুজি বদলিকৰণৰ বাবে পৰ্টেল আবেদন কৰা আগেয়ে আপোনাৰ কি কি নথি, তথ্যৰ প্ৰয়োজন হব পাৰেঃ
*
উভয় পক্ষৰে
(
) ১৩টা সংখ্যাযুক্ত শিক্ষকৰ কোড(HRMS পোৰ্টেল অনুসৰি)
(
) সক্ৰিয় মোবাইল নম্বৰ(HRMS পোৰ্টেল অনুসৰি)
(
) সক্ৰিয় -মেইল(HRMS পোৰ্টেল অনুসৰি)
(
) ১১টা সংখ্যা যুক্ত স্কুল UDISE কোড
(
) টেট চাৰ্টিফিকেট অনুসৰি আবেদনকাৰী উভয় পক্ষৰে ভাষা-(Language-1) একে লাগিব।

*বিঃদ্ৰঃ আবেদন কৰাৰ আগেয়ে অফিচিয়েল গাইড লাইন বিতংভাৱে পঢ়িব।

 

2 comments:

  1. SSA আৰু SP ৰ মাজত বহিঃজিলা মিউচুৱেল হবনে

    ReplyDelete
  2. কেতিয়াৰ পৰা আৰাম্ভ হব আৰু কেতিয়ালৈকে শেষ হ'ব

    ReplyDelete