Breaking News

General TET-2021 Marksheet-Certificate

Assam General TET-2021 Marksheet-Certificate
ক’ত, কেতিয়া কেনেকৈ পাব অসম সাধাৰণ TET-
২০২১ মাৰ্কশ্বিট-চাৰ্টিফিকেট?

  • অসম সাধাৰণ TET-২০২১ মাৰ্কশ্বিট-চাৰ্টিফকেট অহা ২১/০৩/২০২২তাৰিখৰ পৰা ৩১/০৩/২০২২ বিতৰণ কৰা হ’ব।
  •  DPO(জিলা প্ৰগ্ৰাম অফিচ), সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত উপলব্ধ হ’ব  মাৰ্কশ্বিট-চাৰ্টিফকেট
  •  পৰীক্ষাৰ্থীসকলে TET-২০২১ এডমিটকাৰ্ড/ পৰিচয়-পত্ৰ দেখুৱাই মাৰ্কশ্বিট-চাৰ্টিফকেট সংগ্ৰহ কৰিব পাৰিব

 

 Assam General TET-2021 Marksheet-Certificate Notice
 


2 comments: