Viva Voce Compter Science P1
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক
পৰীক্ষাৰ বাবে
For Viva Voce & Competitive Exam
*এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনেটৰ পৰা
সংগ্ৰহ কৰা হৈছে।
১. ভাৰতৰ প্ৰথম কম্পিউটাৰটো ক'ত স্থাপন কৰা হৈছিল?
কলকতা
মুম্বাই
চিন্নাই
দিল্লী
উত্তৰঃ কলকাতা
২. কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?
২ ডিচেম্বৰ
২ চেপ্তেম্বৰ
২ আগষ্ট
২ নবেম্বৰ
উত্তৰঃ ২ ডিচেম্বৰ
৩. কোনখন দেশক পৃথিৱীৰ আটাইতকৈ কম্পিউটাৰ যুক্ত দেশ বুলি গণ্য কৰা হয়?
আমেৰিকা যুক্তৰাষ্ট্ৰ
জাপান
চীন
টাইৱান
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ
৪. পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ কোনে নিৰ্মাণ কৰিছিল?
CDC
Intel
Microsoft
IBM
উত্তৰঃ CDC
৫. কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়?
চাৰ্লচ বেবেজ
জন নেপিয়েৰ
জৰ্জ বুল
মাইক্ৰচফট
উত্তৰঃ চাৰ্লচ বেবেজ
৬. কম্পিউটাৰ এটাৰ মগজুক কি বুলি কোৱা হয়?
চিপিইউ
প্ৰচেচৰ
হাৰ্ডডিক্স
RAM
উত্তৰঃ চিপিইউ (CPU)
৭. কম্পিউটাৰৰ ভিতৰলৈ যোৱা ডাটাক কি বুলি কোৱা হয়?
ইনপুট ডাটা
আউটপুট ডাটা
স্কেনিং ডাটা
প্ৰিণ্ট আউট
উত্তৰঃ ইনপুট ডাটা
৮. BIOS ৰ সম্পূৰ্ণ নাম কি?
Basic Input Output System
Basic Input Operating System
Binary Input Output System
BInary Operating System
উত্তৰঃ Basic Input Output System
৯. WWW ৰ আৱিষ্কাৰক কোন?
টিম বাৰ্ণাৰছ লী আৰু ৰবাৰ্ট কেলিয়াউ
জে বাৰ্ণাৰছ লী আৰু ৰবাৰ্ট কেলিয়াউ
লেডি আডা আৰু টিম বাৰ্ণাৰছ লী
জে হাৰমেন আৰু টিম বাৰ্ণাৰছ লী
উত্তৰঃ টিম বাৰ্ণাৰছ লী (Tim Berners Lee) আৰু ৰবাৰ্ট কেলিয়াউ (Robert Cailliau )।
১০. WWW ৰ উদ্ভাৱন - চনত হৈছিল।
১৯৮৯
১৯৭৯
১৯৭৮
১৯৮৭
উঃ ১৯৮৯
১১. সকলো ধৰণৰ কম্পিউটাৰ সূচনা বা আউটপুট চাবলৈ কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয়?
মনিটৰ
স্কেনাৰ
প্ৰিণ্টাৰ
প্লোটাৰ
উত্তৰঃ মনিটৰ
১২. CD ROM সম্পূৰ্ণ ৰূপ কি?
Compact Disk Read Only Memory
Compact Digital Read Only Memory
Compact Disk Route Only Memory
Compact Digital Routing Only Memory
উত্তৰঃ Compact Disk Read Only Memory
১৩. RAM সম্পূৰ্ণ ৰূপ কি?
Random Access Memory
Read Access Memory
Reader Access Memory
Route Access Memory
উত্তৰঃ Random Access Memory
১৪. অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক কি বুলি কোৱা হয়?
Hard Disk
CD-ROM
DVD-ROM
Pen Drive
উত্তৰঃ Hard Disk
১৫. কম্পিউটাৰটোৰ বিল্ট-ইন (Built In) মেমৰি কি?
ROM
RAM
Cache Memory
BIOS
উত্তৰঃ ROM
১৬. যেতিয়া ফাইল এটা সংৰক্ষণ (Save) কৰা হয় আৰু কম্পিউটাৰটো বন্ধ কৰা হয়,
ডাটা কোন স্থানত থাকে?
গৌণ ষ্টোৰেজত
মূখ্য ষ্টোৰেজত
RAM
ROM
উত্তৰঃ গৌণ ষ্টোৰেজত
১৭. WWW ৰ সম্পূৰ্ণ নাম কি?
World Wide Web
Word Wide Web
Word Wild Web
World Wild Web
উত্তৰঃ World Wide Web
১৮. কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য কোন এককত জোখা হয়?
বাইট
বিট
নিবল
মেগা-বাইট
উত্তৰঃ বাইট
১৯. প্ৰগ্ৰাম বা নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা কম্পিউটাৰ প্ৰণালীৰ অংশটোক কি কোৱা
হয়?
ছফ্টৱেৰ
হাৰ্ডৱেৰ
লাইফৱেৰ
চিপিইউ
উত্তৰঃ ছফ্টৱেৰ
২০. URL ৰ http://www ৰ http কি?
Hypertext Transfer Protocol
Hypertext Transmit Protocol
Hypotext Transfer Protocol
Hypotext Transmit Protocol
উত্তৰঃ Hypertext Transfer Protocol
২১. কম্পিউটাৰ ভাইৰাছ কি?
ছফ্টৱেৰ প্ৰ'গ্ৰাম
হাৰ্ডৱেৰ
জীৱাণু
অনুজীৱ
উত্তৰঃ ছফ্টৱেৰ প্ৰ'গ্ৰাম
২২. কাক ইমেইলৰ পিতৃ বুলি কোৱা হয়।
ৰেমণ্ড টমলিনছন
আৰ টমলিনছন
জন লক
টিম বাৰ্ণাৰছ লী
উত্তৰঃ ৰেমণ্ড টমলিনছন
২৩. HTML ৰ সম্পূৰ্ণ নাম কি?
Hyper Text Markup Language
Hyper Text Maker Language
Hyper Text Marker Language
Hypo Text Markup Language
উত্তৰঃ Hyper Text Markup Language
২৪. পৃথিৱীৰ প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰটোৰ নাম কি?
ENIAC
UNIVOC
Difference Engine
Analytical Engine
উত্তৰঃ ENIAC
২৫. ভাৰতত নিৰ্মাণ কৰা প্ৰথম চুপাৰ কম্পিউটাৰটোৰ নাম কি?
পৰম
আৰ্যভট্ট
মহাবীৰ
বিক্ৰম
উত্তৰঃ পৰম
২৬. পৃথিৱীৰ প্ৰথম গণনা কৰা যন্ত্ৰটো কি?
এবাকাছ
ENIAC
Difference Engine
Analytical Engine
উত্তৰঃ এবাকাছ
২৭. মাইক্ৰ'প্ৰচেছৰ কোনে উদ্ভাৱন কৰিছিল?
Intel
AMD
IBM
Cyrix
উত্তৰঃ Intel
২৮. Microsoft Office এবিধ –
Application Software
Sytem Software
Utility Software
Antivirus
উত্তৰঃ Application Software
২৯. Microsoft Word এবিধ –
Word Processing Software
Accounting Software
Browser
Antivirus
উত্তৰঃ Word Processing Software
৩০. Microsoft Excel এবিধ –
Accounting Software
Word Processing Software
Browser
Antivirus
No comments