Breaking News

TQF, Assamৰ বিষয়ে দু-আষাৰ


TET Qualified Forum, Assam
A Free Educational Facebook Group of Assam
 
(All the information provided in this website are free of cost.)

বৰ্তমানৰ যান্ত্ৰিকতাৰ ব্যস্ততাপূৰ্ণ জীৱনত আমি শিক্ষা বিষয়ক চৰ্চা আৰু কিতাপ পঢ়াৰ মানসিকতা তথা অৱকাশ প্ৰায় হেৰুৱাই পেলাইছো। ইয়াৰ পৰিৱৰ্তে ইণ্টাৰনেটত বিভিন্ন চিয়েল মিডিয়াৰ চাইট সমূহৰ মাজেৰেই পাৰ কৰিছো আমি আমাৰ দৈনন্দিন জীৱন। বহুতো আপৰাধমূলক ঘটনাৰ চিন্তা বা কুসংস্কাৰৰ অপপ্ৰচাৰ এই চিয়েল মিডিয়া চাইটসমূহৰ পৰাই পাতনি মেলে। এনে এক জটিল পৰিস্থিতিৰ সন্ধিক্ষণত শিক্ষণ আৰু শিকন বিষয়ক চৰ্চাৰ অন্য এক ব্যতিক্ৰমী মঞ্চ হিচাপে সুস্থ-সবল শিক্ষণ আৰু শিকন দিশত এখোজ আগবাঢ়িTET Qualified Forum, Assamনামৰ এই ফেচবুক গোটটোৰ জন্ম। আমি https://www.tqfassam.in ব্লগ আৰু আমাৰ “TET Qualified Forum, Assam” নামৰ শিক্ষাবিষয়ক গোট/ পেজৰ মাধ্যমেৰে তথ্য, প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ প্ৰযুক্তিৰ সহায়লৈ ভাৰ্চুৱেল(ডিজিটেল) জগতখনৰ জৰিয়তে আমাৰ নৱ-প্ৰজন্মক সুস্থ-সবল শিক্ষণ-শিকন আৰু সমাজ গঠনৰ দিশত এখোপ আগুৱাই নিবলৈ প্ৰয়াস কৰিছোঁ।

আমাৰ এই যাত্ৰা পথত আপোনাৰ/ আপোনালোকৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

+91-9707451241(WhatsApp Only)

 

(তথ্য, গ্ৰাফিক্স, ফটো সংগ্ৰহঃ ইণ্টাৰনেট)
Blog Maintained By: Pranab Kr. Deka, Goreswar, Assam(India)

No comments