গুণোৎসৱ|Gunotsav
গুণোৎসৱ|Gunotsav:
গুণোৎসৱ-২০২২ দুটা পৰ্যায়ত অনুস্থিত হব।
(১) প্ৰথম পৰ্যায় ৫, ৬ আৰু ৭ এপ্ৰিল ২০২২
(২) দ্বিতীয় পৰ্যায় ২০,২১ আৰু ২২ এপ্ৰিল ২০২২
গুণোৎসৱৰ প্ৰস্তুতি আৰু অভ্যাসনৰ সামগ্ৰীৰ বাবে তললৈ স্ক্ৰল কৰক।
আপোনাৰ পচন্দ অনুসৰি ক্লিক
কৰকঃ
ছাত্ৰ-ছাত্ৰী আৰু গুণোৎসৱ (নিম্ন আৰু উচ্চ প্ৰাথমিক) |
শিক্ষক-শিক্ষয়িত্ৰী আৰু গুণোৎসৱ(নিম্ন আৰু উচ্চ প্ৰাথমিক) |
**GUNOTSAV ASSAM
(গুনোৎসৱ অসম)
গুনোৎসৱ = গুণ + উৎসৱ , বিদ্যালয়ৰ গুণ সমূহক উদযাপন কৰাৰ উৎসৱ।
**Gunotsav:
Celebrating Quality
Gunotsav is an
effort of Government of Assam to track the performance of every child in
elementary level, assess their individual learning gap and devise remedial
measures to be taken for their improvement. It is an accountability framework
for improving quality of Elementary Education which includes learning outcomes
of children along with co-scholastic activities and use of resources including
community participation.
No comments