Breaking News

NISHTHA

নিষ্ঠা-NISHTHA:
National Initiative for School Heads' and Teachers' Holistic Advancement

NISHTHA Module অধ্যয়নৰ বাবে DIKSHA Appত কেনেদৰে ৰেজিষ্ট্ৰেচন কৰি লগইন কৰিব।
How to register in
DIKSHA App for studying NISHTHA Module.
Last date for Registration(
ৰেজিষ্ট্ৰেচৰ অন্তিম তাৰিখ): 01/12/2021


জানিবলৈ ওপৰৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক

NISHTHA Module অধ্যয়নৰ বাবে DIKSHA Appত কেনেদৰে ৰেজিষ্ট্ৰেচন কৰি লগইন কৰিব?

(১) প্ৰথমে প্লে-ষ্টোৰৰ পৰা DIKSHA App ডাউনলোড কৰি লওঁক।

DIKSHA App ডাউনলোড লিংক

(২) DIKSHA App ডাউনলোড হোৱাৰ পিছত এপটো খোলক তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব।
(৩) এই স্ক্ৰীণ খনৰ পাৰা English বাচনি কৰি Continue বাটনটোত ক্লিক কৰক
 

(৪) এতিয়া তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব। তাৰ পৰা Teacherত ক্লিক কৰক।
 
(৫) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত থকা Select Boardত ক্লিক কৰক।
 
(৬) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত থকা State(Assam)ত ক্লিক কৰি Submit কৰক

(৭) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণৰ পৰা Medium, Classত ক্লিক কৰি বাচনি কৰি লব।


(৮) এইবাৰ উপৰৰ-বাওঁ কোণত ক্লিক কৰক তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত থকা Loginত ক্লিক কৰক।

(৯) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব;আপোনাৰ যদি
DIKSHA আইডি/ পাছৱাৰ্ড আছে লগইন কৰি পাৰিব। আৰু যদি আইডি/ পাছৱাৰ্ড নাই তলৰ ছবিত ৰঙা কাঁড় চিনেৰে দেখুওৱা Register hereত ক্লিক কৰক।

(১০) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত Birth Year, Name, Mobile বা E-Mail ভৰাই Registration কৰক।

(১১) তলত দেখুওৱা স্ক্ৰীণৰ জৰিয়তে 
DIKSHA Appত  কৰক।
 
(১২) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণতআপোনাৰ কৰ্মৰত জিলা, ব্লক, কাষ্টাৰ আৰু বিদ্যালয়ৰ নাম চিলেক্ট কৰি ভৰাই লওক।
(১৩) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; এতিয়া NISHTHA Module অধ্যয়নৰ বাবে DIKSHA App সাজু।
**টোকাঃ  DIKSHA Appত  NISHTHA Module পাবলৈ চাৰ্চ অপচনত As_fln টাইপ কৰক।


পৰিচয়ঃ

বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে NISHTHA-National Initiative for School Heads' and Teachers' Holistic Advancement নামৰ সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে  ৰাষ্টীয় আঁচনি এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু ই সমগ্ৰ শিক্ষাৰ অধীনত। এই আঁচনি খনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অংশ গ্ৰহণকাৰীসকলৰ সক্ষমতাক এক কংক্ৰিট ৰূপ প্ৰদান কৰা। এই ব্যৱস্থাপনাটোত প্ৰায় ৪২ লাখ অংশগ্ৰহণকাৰী; সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ SCERT(State Councils of Educational Research and Training) আৰু DIET(District Institutes of Education and Training)ৰ প্ৰশিক্ষক সদস্যসকল, BRCs(Block Resource Centres) আৰু CRCs (Cluster Resource Centres)ৰ বিষয়ববীয়া আৰু সমলব্যক্তিসকলক সামৰি লোৱা হৈছে।

 

এই বৃহৎ পৰিসৰৰ অন্তৰ্ভুক্তিকৰণৰে প্ৰাথমিক শিক্ষাৰ লগত জড়িত NISHTHA ব্যৱস্থাপনাটো সম্ভৱত পৃথিৱীৰ ভিতৰতে এক বৃহত্তম প্ৰৱৰ্তন।

No comments