NISHTHA
নিষ্ঠা-NISHTHA:
National
Initiative for School Heads' and Teachers' Holistic Advancement
NISHTHA Module অধ্যয়নৰ বাবে DIKSHA Appত কেনেদৰে ৰেজিষ্ট্ৰেচন কৰি লগইন কৰিব?
How to register in DIKSHA App for studying NISHTHA Module.
Last date for Registration(ৰেজিষ্ট্ৰেচৰ অন্তিম তাৰিখ): 01/12/2021
(১) প্ৰথমে প্লে-ষ্টোৰৰ পৰা DIKSHA App ডাউনলোড কৰি লওঁক।
(২) DIKSHA App ডাউনলোড হোৱাৰ পিছত এপটো খোলক তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব।
(৪) এতিয়া তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব। তাৰ পৰা Teacherত ক্লিক কৰক।
(৫) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত থকা Select Boardত ক্লিক কৰক।
(৬) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত থকা State(Assam)ত ক্লিক কৰি Submit কৰক।
(৭) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণৰ পৰা Medium, Classত ক্লিক কৰি বাচনি কৰি লব।
(৮) এইবাৰ উপৰৰ-বাওঁ কোণত ক্লিক কৰক তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব; স্ক্ৰীণত থকা Loginত ক্লিক কৰক।
(৯) এইবাৰ তলত দেখুওৱাৰ দৰে স্ক্ৰীণ আহিব;আপোনাৰ যদি DIKSHA আইডি/ পাছৱাৰ্ড আছে লগইন কৰি পাৰিব। আৰু যদি আইডি/ পাছৱাৰ্ড নাই তলৰ ছবিত ৰঙা কাঁড় চিনেৰে দেখুওৱা Register hereত ক্লিক কৰক।